Felicitation programme held on podumoni School

Reported by Sadiquz Jman:- হোজাই জিলাৰ পদুমণি জাতীয় বিদ্যালয়ত যোৱাকালি ছাত্ৰ ছাত্ৰীক সম্বর্ধনা জনোৱা হয়।এই উপলক্ষে আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয়ৰ অধক্ষ্য মিচবা উদ্দিনে ।উক্ত অনুষ্ঠানত মূখ্য অথিতি হিচাপে  কবি,সাহিত্যিক তথা  নীলবাগান মডেল উ:মা:বিদ্যালয়ৰ […]